Guidance and Counselling in Schools
IGNOU and Krishna Kanta Handiqui State Open University via Swayam
-
98
-
- Write review
Overview
Syllabus
S. No.
Title of the Sessions
Week
1.
মডিউল I: নিৰ্দেশনাৰ এক চমু পৰিচয়
অধ্যায় ১: নিৰ্দেশনাৰ ধাৰণা আৰু প্ৰকৃতি
অধ্যায় ২: বিদ্যালয়ত নিৰ্দেশনাৰ গুৰুত্ব
সপ্তাহ-১
2.
মডিউল II: বিদ্যালয়ত নিৰ্দেশনা
অধ্যায় ৩: বিদ্যালয়সমূহত নিৰ্দেশনা সেৱা
অধ্যায় ৪:বিদ্যালয়ত পৰামৰ্শদাতা হিচাপে শিক্ষক
অধ্যায় ৫: বিদ্যালয়ত দলীয় নিৰ্দেশনা
সপ্তাহ- ২
3.
মডিউল - III: পৰামৰ্শদানৰ প্ৰক্ৰিয়া
অধ্যায় ৬: পৰামৰ্শদানৰ পৰিচয়
অধ্যায় ৭: শিক্ষকৰ বাবে পৰামৰ্শদানৰ দক্ষতাসমূহ
অধ্যায় ৮: পৰামৰ্শদান প্ৰক্ৰিয়াৰ এক আভাস
সপ্তাহ - ৩
4.
মডিউল - IV: বিকাশ আৰু সমাযোজনৰ বাবে নিৰ্দেশনা
অধ্যায় ৯: মানৱ বিকাশ আৰু সমাযোজন
অধ্যায় ১০: অভিযোজিত আৰু অ- অভিযোজিত আচৰণৰ বৈশিষ্ট্য
অধ্যায় ১১: বিকাশ আৰু সমাযোজনৰ সুচলকৰণ
সপ্তাহ – ৪
5.
মডিউল - V: কেৰিয়াৰৰ বিকাশ
অধ্যায় ১২: কেৰিয়াৰ বিকাশৰ এটি আভাস
অধ্যায় ১৩: শিক্ষাৰ্থীৰ বাবে কেৰিয়াৰ নিৰ্দেশনা
অধ্যায় ১৪: ছাত্ৰীৰ বাবে কেৰিয়াৰ বিকাশ
সপ্তাহ - ৫
6.
মডিউল - VI: কেৰিয়াৰ বিকাশৰ কৌশল
অধ্যায় ১৫: কেৰিয়াৰ সম্পৰ্কিত তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শদান
অধ্যায় ১৬: নতুন যুগত কেৰিয়াৰ গঢ়িবলৈ সুযোগৰ সন্ধান
অধ্যায় ১৭: কেৰিয়াৰ সম্পৰ্কিত তথ্যৰ উৎস আৰু তাৰ সংগ্ৰহ
সপ্তাহ - ৬
7.
মডিউল - VII: নিৰ্দেশনাৰ কাৰ্য সঞ্চালন
অধ্যায় ১৮: নিৰ্দেশনামূলক কাৰ্যসূচীৰ পৰিকল্পনা আৰু আয়োজন
অধ্যায় ১৯: আৰ্থ-সামাজিকভাৱে পিছপৰা শিক্ষাৰ্থীৰ বাবে নিৰ্দেশনামূলক
কাৰ্যসূচীৰ পৰিকল্পনা আৰু আয়োজন
অধ্যায় ২০: নিৰ্দেশনা আৰু পৰামৰ্শদানৰ মূল্যায়ন
সপ্তাহ – ৭
8.
মডিউল - VIII: বিশেষভাৱে সক্ষম শিশুৰ বাবে নিৰ্দেশনা
অধ্যায় ২১: শাৰীৰিকভাৱে অক্ষম শিশুৰ বাবে নিৰ্দেশনা আৰু পৰামৰ্শদান
অধ্যায় ২২: বৌদ্ধিকভাৱে অক্ষম শিশুৰ বাবে নিৰ্দেশনা আৰু পৰামৰ্শদান
অধ্যায় ২৩: শিকনৰ অক্ষমতা থকা শিশুৰ বাবে নিৰ্দেশনা আৰু পৰামৰ্শদান
সপ্তাহ – ৮
9.
মডিউল - IX: নিৰ্দেশনা আৰু পৰামৰ্শদানৰ মূল্যায়ন আৰু স্বৰূপ নির্ধাৰণ - ১
অধ্যায় ২৪: নিৰ্দেশনা আৰু পৰামৰ্শদানত মনোবৈজ্ঞানীক অভীক্ষাৰ প্ৰয়োগ
অধ্যায় ২৫: নিৰ্দেশনা আৰু পৰামৰ্শদানৰক্ষেত্ৰত গুণগত মূল্যায়ন
অধ্যায় ২৬: বুদ্ধিৰ আভাস আৰু ইয়াৰ মূল্যায়ন
সপ্তাহ – ৯
10.
মডিউল - X: নিৰ্দেশনা আৰু পৰামৰ্শদানৰ মূল্যায়ন আৰু স্বৰূপ নির্ধাৰণ – ২
অধ্যায় ২৭: আগ্ৰহ, প্ৰৱণতা আৰু কৃতিত্বৰ মূল্যায়ন
অধ্যায় ২৮: পৰামৰ্শদানৰ বাবে ব্যক্তিত্বৰ মূল্যায়ন
অধ্যায় ২৯: সৃষ্টিশীলতা আৰু ইয়াৰ মূল্যায়নৰ এটি আভাস
সপ্তাহ – ১০
11.
মডিউল – XI: নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত প্ৰধান চিন্তনীয় বিষয়সমূহ
অধ্যায় ৩০: বিভিন্ন প্ৰকাৰৰ পৰামৰ্শদানত প্ৰধান চিন্তনীয় বিষয়সমূহ
অধ্যায় ৩১: সংকটকালীন পৰামৰ্শদানত প্ৰধান চিন্তনীয় বিষয়সমূহ
সপ্তাহ – ১১
12.
মডিউল - XII: মানসিক স্বাস্থ্য আৰু জীৱন দক্ষতাৰ বিকাশ
অধ্যায় ৩২: মানসিক স্বাস্থ্য আৰু সুস্থতাৰ বিকাশ
অধ্যায় ৩৩: শিক্ষাৰ্থীৰ জীৱন-দক্ষতাৰ বিকাশ
অধ্যায় ৩৪: সাংস্কৃতিক বৈচিত্ৰ্য আৰু সমাযোজনৰ ব্যৱস্থাপনা
সপ্তাহ – ১২
Taught by
Dr.Pranab Saikia